Think for Hajo




#হাজোৰ_সৰ্বাংগীণ_উন্নয়ন ৰ বাবে চিন্তা কৰোঁ আহক:

        সকলো চিন্তাশীল ব্যক্তিৰ পৰা হাজো বিধান সভা সমষ্টি সম্বন্ধীয় অভাৱ-অভিযোগ, সমস্যা, ভাল খৱৰ, সম্ভাৱনা,উন্নয়ন মূলক পৰিকল্পনা, দিহা-পৰামৰ্শ  আদি আহ্বান কৰিলোঁ৷ সকলোৰে হাজো সম্বন্ধে আশা বা কল্পনা নিশ্চয় আছে৷ আমাৰ মৰমৰ হাজো আজি কি পৰিস্থিতিত আছে আৰু হাজো কেনে হোৱাতো আমাৰ কাম্য, সেই সম্পৰ্কীয় তথ্য সম্বলিত লিখাও আহ্বান কৰিলোঁ৷

          সুচিন্তিত পৰামৰ্শইহে হাজোক আগুৱাই নিবলৈ সক্ষম হ’ৱ৷

#ThinkForHajo

#thinkforhajo

ক’ৰোনা আৰু বানপানীৰ সময়ত হাজো সমষ্টিৰ জনসাধাৰণৰ দুখ-দুৰ্গতিৰ বুজ লবলৈ 'থিংক ফ’ৰ হাজো' (Think for Hajo): ০৭/০৬/২০২০







'থিংক ফ’ৰ হাজো' (Think for Hajo) ৰ প্ৰথম আনুষ্ঠানিক সভা আৰু কৰ্ণধাৰ কমিটি (Core committee) গঠনৰ স্মৰণীয় মূহূৰ্ত: 

স্থান: অতিথিশালা, গড়কাপ্তানী বিভাগ, আমিনগাওঁ, দিনাংক: ১/০৩/২০২০ 








"থিংক ফ’ৰ হাজো" (Think for Hajo) ৰ জন্ম ক্ষণৰ স্মৃতি: ০২/০২/২০২০




No Comment
Add Comment
comment url