Swapneel'86

স্বপ্নীল'৮৬:   

দিনাংক: ০৬/০২/২০২০

দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো সহপাঠীৰ সৈতে যোগাযোগ ৰক্ষা কৰি ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰাৰ বাবে ইয়াৰ শুভাৰম্ভ৷ দমদমা অঞ্চলৰ শিক্ষাৰ বিকাশ  লগতে সামাজিক উন্নয়ন আমাৰ অন্যতম লক্ষ্য৷ 

       🌹🌹🌹🌹🙏🙏🙏🙏🙏🌹🌹🌹🌹

আজি 'স্বপ্নীল'৮৬' ৰ বন্ধুবৰ্গ বন্ধু তপনৰ দুহিতাৰ

শুভ-শান্তি বিবাহৰ শুভ ক্ষণত:

২৯/০১/২০২১


আজি 'স্বপ্নীল'৮৬' ৰ বন্ধুবৰ্গই বান্ধৱী গীতিমাৰ

 পৰিয়ালক সমবেদনা জনোৱাৰ মুহূৰ্ত:

২৯/০১/২০২১



আমাক বিব্ৰত আৰু মৰ্মাহত কৰি চিৰদিনৰ বাবে আঁতৰি যোৱা গীতিমাৰ শেষযাত্ৰাৰ সময়ত স্বপ্নীলৰ উপস্থিতি:

২৫/০১/২০২১

🙏🙏🙏🙏🙏




আজি দিনাংক ১৭/০১/২০২১,

স্বপ্নীল'৮৬ ৰ বাবে এক বিশেষ অনুভৱৰ দিন!

বান্ধৱী নিৰ্মালিয়ে স্বপ্নীল'৮৬ ক দিয়া প্ৰীতিভোজ, মণিকা আৰু মনোজে স্বপ্নীলৰ বৰ্ষপূৰ্তিৰ বাবে উপহাৰ দিয়া কেক্‌ আৰু অণুই দিয়া অসমীয়া শিপিনীৰ হাতৰ পটুতাৰ চানেকি গামোছা আৰু চাদৰ-মেখেলাৰ উপহাৰে স্বপ্নীল'৮৬ ক নতুন মাত্ৰা প্ৰদান কৰিলে৷

🙏🌹এই বন্ধুত্বৰ যাত্ৰা যুগমীয়া হওক🌹🙏
















বন্ধুবৰ মান্নাফৰ বাসগৃহত স্বপ্নালীৰ প্ৰতিনিধি:

১৪/১২/২০২০







০১/১১/২০২০ তাৰিখে বন্ধুবৰ টংকেশ্বৰ দাসৰ 

উদ্যোগত "গ্ৰীণউড ৰিজৰ্ট" খানাপাৰাত 

স্বপ্নীল'৮৬ ৰ মহামিলন!

















স্বপ্নীল'৮৬ ৰ দমদমা উঃ মাঃ বিদ্যালয় 

চেনিটাইজেশ্বন কাৰ্যসূচী: ৩১/১০/২০২০






শুৱালকুছি সাহিত্য সভা অধিৱেশনত স্বপ্নীল'৮৬:















শ্ৰদ্ধাৰ বংকিম চন্দ্ৰ শৰ্মা চাৰৰ আশীৰ্বাদ বিচাৰি স্বপ্নীল'৮৬:




সহপাঠীৰ সান্নিধ্য বিচাৰি শাৰীৰিক ভাৱে অসুস্থ মঞ্জুৰ ওচৰত স্বপ্নীল'৮৬:






বন্ধুবৰ অন্তত দাসৰ গৃহত স্বপ্নীল'৮৬:



শৈশৱৰ সোঁৱৰণি: দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত স্বপ্নীল'৮৬:




সহপাঠীৰ অন্বেষণত বন্ধুবৰ বিষ্ণু আৰু সদানন্দৰ গৃহত স্বপ্নীল'৮৬:




  

মৰমৰ বন্ধু ৺কনক ডেকাৰ গৃহলৈ যোৱাৰ পথত বন্ধু তপনৰ ঘৰত স্বপ্নীল'৮৬:







No Comment
Add Comment
comment url