QUOTE
উক্তি :
👉 " আনে কৰা উপলুঙাক ওফৰাব
পৰা জনেই সুখী আৰু সফল হয় "
- ডব্লিউ. বি. ইয়েটছ
____________________________________________
👉 "আমি সকলোৱে লগলাগিহে পৰিৱৰ্তন আনিব পাৰিম"
- ডোনাল্ড ট্ৰাম্প
👉 "মানুহৰ জন্ম হৈছে কাম কৰিবলৈ,
যি মানুহে কাম নকৰে, তেওঁ মানুহেই নহয়"
- জোছেফ কনৰাত
👉 "ক্ষমাৰে খঙক প্ৰতিহত কৰিবা"
- মহাত্মা গান্ধী
👉 "মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে"
- বুদ্ধদেৱ
👉 "সৰল হ’বা, কিন্তু দুৰ্বল নহ’বা; শক্তিশালী হোৱা, কিন্তু অত্যাচাৰী নহ’বা" - আব্দুল কালাম
জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা
জনহে জ্ঞানী" - লেনিন
👉 "কোনোৱে তোমাক সহায় কৰিব নোৱাৰে,
নিজেই নিজৰ সহায় হোৱা"
- গৌতম বুদ্ধ
👉 "ঈশ্বৰৰ কোনো ধৰ্ম নাই"
- মহাত্মা গান্ধী
👉 "দুর্বলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে,
ক্ষমা হ’ল বলবানৰ লক্ষণ"
- মহাত্মা গান্ধী
👉 "মানুহ নিজৰ চিন্তাধাৰাৰে নির্মিত প্রাণী,
নিজে যি ভাবে সেয়াই হয়"
- মহাত্মা গান্ধী
👉 "নিজক বিচাৰি পোৱাৰ উত্তম উপায় হৈছে
আনৰ সেৱাত নিজক বিলীন কৰা"
- মহাত্মা গান্ধী
👉 "পৰাজয়ৰ পৰা লোৱা প্ৰেৰণাইহে
আমাক জয়ী হ’বলৈ শিকায়"
- মহাত্মা গান্ধী
👉 "আপুনি তেতিয়াই সুখী হ’ব,
যেতিয়া আপোনাৰ
চিন্তা, কথা আৰু কর্মৰ সামঞ্জস্য থাকিব"
- সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ
👉
👉